pari-library-bulletin-on-indias-classrooms-as

Sep 09, 2023

পাৰি লাইব্ৰেৰীৰ যোগেদি ভাৰতীয় শ্ৰেণীকোঠাৰ ৰূপৰেখা

শিক্ষক দিৱসৰ দিনা পাৰি লাইব্ৰেৰীয়ে আমাক গ্ৰামাঞ্চলৰ শিক্ষাৰ ওপৰত কৰা গৱেষণাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে। তৃণমূল পৰ্য্যায়ৰ প্ৰতিবেদনৰ পৰা প্ৰাপ্ত তথ্য আৰু ষ্ট’ৰিৰ যোগেদি চৰজমিন পৰ্য্যায়ত কেনেদৰে শিক্ষাব্যৱস্থা আৰু নীতিৰ প্ৰভাৱ পৰিছে, তাৰে এক সম্যক আভাস লাভ কৰিব পাৰো

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Editor

PARI Library Team

পাৰি লাইব্ৰেৰী গোটত কাম কৰা দ্বীপাঞ্জলি সিং, স্বদেশা শৰ্মা আৰু সিদ্ধিতা সোৱাৱানে সৰ্বসাধাৰণ আৰ্কাইভৰ বাবে জৰুৰী সংগতিপূৰ্ণ নথি পাৰিৰ নীতি অনুসৰি সংগ্ৰহ কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।

Author

Dipanjali Singh

দীপাঞ্জলী সিং পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সহকাৰী সম্পাদক। তেওঁ পাৰি লাইব্ৰেৰীৰ গৱেষক আৰু ডকুমেণ্ট কিউৰেটৰ।