no-light-at-the-end-of-the-Bihar-jobs-tunnel-as

Rohtas, Bihar

Jun 28, 2025

নিবনুৱা বিহাৰৰ শ্ৰমিকৰ বাবে অন্ধকাৰাচ্ছন্ন সুৰংগই সুযোগ

দেশৰ বিভিন্ন স্থানত চলি থকা বিশাল আন্তঃগাঁথনিমূলক উন্নয়ন প্ৰকল্পত কাম কৰিবলৈ দেশৰ ভিন ভিন প্ৰান্তৰ পৰা প্ৰব্ৰজিত শ্ৰমিক আহে, তাৰে মাজৰে এজন বিহাৰৰ সুশীল বিশ্বকৰ্মা - ৰাজ্যৰ ক’তো চলিব পৰা বিধৰ উপাৰ্জনৰ বাট নেদেখা সুশীলৰ দৰে শ্ৰমিকৰ হাতত প্ৰব্ৰজনৰ বাদে আন কোনো উপায় নাই

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Umesh Kumar Ray

উমেশ কুমাৰ ৰয়তক্ষশীলা-পাৰিৰ ২০২৫ বৰ্ষৰ জ্যেষ্ঠ ফেলো আৰু ২০২২ বৰ্ষৰ প্ৰাক্তন পাৰি ফেলো৷ ফ্ৰীলাঞ্চ সাংবাদিক হিচাপে কৰ্মৰত উমেশ কুমাৰ কয়ে বিহাৰৰ প্ৰান্তীয় সম্প্ৰদায়ৰ প্ৰতিবেদন প্ৰকাশ কৰে৷

Editor

Priti David

প্ৰীতি ডেভিদ পাৰিৰ কাৰ্যবাহী সম্পাদক৷ তেওঁ অৰণ্য, আদিবাসী আৰু জীৱিকাৰ ওপৰত লিখে৷ প্ৰীতিয়ে পাৰিৰ শিক্ষা বিভাগৰ নেতৃত্ব দিয়ে আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ সৈতে কাম কৰি গ্ৰাম্য বিষয়সমূহ শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।