my-mother-and-her-life-of-struggle-as

Tirunelveli, Tamil Nadu

Sep 20, 2025

মোৰ মাৰ সংগ্ৰামভৰা জীৱনটো

তামিলনাডুৰ চৰকাৰী মডেল স্কুলত পঢ়ি থকা ১৬ বছৰীয়া এজনী ছোৱালীয়ে প্ৰথমবাৰৰ বাবে হাতত কেমেৰা তুলি লৈছে আৰু মাকৰ জীৱনটোৰ এটা দিন লেন্সত ধৰি ৰাখিছে, তাকে লৈ এই ফটোষ্ট’ৰি

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Keerthi S.

কীৰ্তি এছ তামিলনাডুৰ তেংকাচি জিলাৰ চৰকাৰী মডেল স্কুলৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী। তেওঁৰ ফটোগ্ৰাফিৰ প্ৰতি বিশেষ ৰাপ আছে।

Editor

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ড্যা পাৰিৰ সৃজনীমূলক শাখাক নেতৃত্ব দিয়া এগৰাকী জ্যেষ্ঠ সম্পাদক। তেওঁ পাৰিভাষা গোটৰ এগৰাকী সদস্য আৰু গুজৰাটী ভাষাত অনুবাদ আৰু সম্পাদনা কৰে। গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰা এগৰাকী কবি।

Photo Editor

M. Palani Kumar

এম. পালানি কুমাৰ পিপলচ্ আৰ্কাই অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী ষ্টাফ ফটোগ্ৰাফাৰ। তেওঁ শ্ৰমিক শ্ৰেণীৰ মহিলা তথা উপান্ত শ্ৰেণীৰ লোকৰ জীৱনবোৰ আলোকচিত্ৰ আৰু প্ৰতিবেদনৰ যোগেদি তুলি ধৰাত আগ্ৰহী। পালানিয়ে ২০২১ত এমপ্লিফাই অনুদান আৰু ২০২০ত সমস্যক দৃষ্টি আৰু ফটো চাউথ এছিয়া অনুদান অনুদান লাভ কৰিছিল। ২০২২ত তেওঁ প্ৰথমটো দয়ানিধি সিং-পাৰি তথ্যচিত্ৰ আলোকচিত্ৰ বঁটা লাভ কৰিছিল। তেওঁ তামিলনাডুত হাতেকৰা চাফাই কৰ্মীৰ ওপৰত চলচ্চিত্ৰকাৰ দিব্যা ভাৰথীৰ দ্বাৰা নিৰ্মিত ‘কাকূচ’ নামৰ তথ্যচিত্ৰখনৰ চিনেমেটোগ্ৰাফি কৰিছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।