mumbais-homeless-our-masks-floated-away-as

Mumbai, Maharashtra

Jul 31, 2025

মুম্বাইৰ গৃহহীন লোক: ‘আমাৰ মাস্কবোৰ উটি গৈছিল’

মুম্বাইৰ পদপথত বাস কৰা মীনা আৰু তেওঁৰ পৰিয়ালটো মহানগৰখনৰ তেনে বহু গৃহহীন লোকৰ মাজৰ গন্তিত নহা পৰিয়াল, যাৰ নাম চৰকাৰী আঁচনিত নাই, স্বাস্থ্যসেৱাৰ নিচেই সামান্য সুবিধাৰে তেওঁলোকে ক’ভিড মহামাৰীৰ দিনত বাৰিষাৰ প্ৰতিকূল বতৰৰ সৈতে যুঁজিছে

Author

Aayna

Translator

Wahidur Rahman

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Aayna

আয়না এগৰাকী ভিজুৱেল ষ্টৰিটেলাৰ আৰু পাৰিৰ আলোকচিত্ৰশিল্পী।

Editor

Sharmila Joshi

শৰ্মিলা জোশী পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰাক্তন কাৰ্য্যবাহী সম্পাদক। তেওঁ লিখা-মেলা কৰে আৰু মাজে-সময়ে শিক্ষকতাও কৰে।

Translator

Wahidur Rahman

অসমৰ ভাৰত-ভূটান সীমান্তত স্থানীয় সংবাদদাতা হিচাপে অভিজ্ঞতাসম্পন্ন ওৱাহেদৰ ৰহমান বৰ্তমান গুৱাহাটীস্থিত এগৰাকী সাংবাদিক আৰু newsnextone.com-ৰ বাৰ্তা সম্পাদক।