migrants-in-nanded-no-shelter-no-water-as

Nanded, Maharashtra

Oct 11, 2023

‘পানীৰ বাবেও কাকূতি-মিনতি কৰিব লাগে’

আপুনি যদি মহাৰাষ্ট্ৰৰ এইখন চহৰত প্ৰব্ৰজনকাৰী শ্ৰমিক হিচাপে কাম কৰিবলৈ আহিছে, তেন্তে খোৱাপানীৰ সুবিধা পোৱাটো তেনেই দুৰুহ হৈ পৰিব। কিয়নো উপান্ত শ্ৰেণীৰ প্ৰব্ৰজনকাৰী শ্ৰমিকক মানুহে সন্দেহৰ দৃষ্টিৰে চায় আৰু সহায় কৰিবলৈ সংকোচ কৰে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Prakash Ransingh

প্ৰকাশ ৰণসিংহ ছ’চাইটি ফৰ প্ৰমোটিং পাৰ্টিচিপেটিভ ইক’চিষ্টেম মেনেজমেণ্ট, পুণেৰ এগৰাকী সহযোগী গৱেষক।

Editor

Medha Kale

পুণেৰ মেধা কালেয়ে মহিলা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কাম কৰিছে। তেওঁ পাৰিৰ অনুবাদো কৰে।

Editor

Priti David

প্ৰীতি ডেভিদ পাৰিৰ কাৰ্যবাহী সম্পাদক৷ তেওঁ অৰণ্য, আদিবাসী আৰু জীৱিকাৰ ওপৰত লিখে৷ প্ৰীতিয়ে পাৰিৰ শিক্ষা বিভাগৰ নেতৃত্ব দিয়ে আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ সৈতে কাম কৰি গ্ৰাম্য বিষয়সমূহ শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।