living-off-grass-blades-in-the-national-capital-as

New Delhi

Oct 21, 2025

ৰাজধানী চহৰত খাগৰি বন বেচি জীৱিকা নিৰ্বাহ

বিহাৰৰ প্ৰব্ৰজিত শ্ৰমিক ৰীতা আৰু তেওঁৰ পৰিয়ালটোৱে যমুনাৰ প্লাৱনভূমিত জুপুৰী সাজি অস্থায়ীভাৱে বাস কৰে আৰু খাগৰি বন বিক্ৰী কৰি পেট পোহে

Author

Sandhya

Photo Editor

Binaifer Bharucha

Video Editor

Sinchita Parbat

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sandhya

সন্ধ্যা পাৰিৰ এগৰাকী সহকাৰী ছ’চিয়েল মিডিয়া সম্পাদক আৰু পাৰিভাষা গোটৰ এগৰাকী সদস্য। তেওঁ এগৰাকী সাংবাদিক আৰু পূৰ্বতে খবৰ লহৰিয়াত কাম কৰিছে।

Video Editor

Sinchita Parbat

সিঞ্চিতা পৰ্বত পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী জ্যেষ্ঠ ভিডিঅ’ সম্পাদক আৰু এগৰাকী স্বতন্ত্ৰ আলোকচিত্ৰশিল্পী তথা তথ্যচিত্ৰ নিৰ্মাতা। তেওঁৰ পূৰ্বৰ প্ৰতিবেদনসমূহ সিঞ্চিতা মাঝি বুলি পাৰিত প্ৰকাশিত হৈছে।

Photo Editor

Binaifer Bharucha

বিনাইফেৰ ভাৰুচা মুম্বাইৰ এগৰাকী মুক্ত ফটোগ্ৰাফাৰ আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ ফটো সম্পাদক।

Editor

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ড্যা পাৰিৰ সৃজনীমূলক শাখাক নেতৃত্ব দিয়া এগৰাকী জ্যেষ্ঠ সম্পাদক। তেওঁ পাৰিভাষা গোটৰ এগৰাকী সদস্য আৰু গুজৰাটী ভাষাত অনুবাদ আৰু সম্পাদনা কৰে। গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰা এগৰাকী কবি।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।