laxmibais-skills-hang-by-a-rough-thread-as

Kolhapur, Maharashtra

Jul 24, 2025

এই চিগো এই চিগো সূতা: শিপিনীৰ কিমান মোল?

পাৰিৰ স্বেচ্ছাসেৱী সংকেট জৈনে সমগ্ৰ ভাৰতৰ ৩০০ খন গাঁও ভ্ৰমণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি এই তথ্যচিত্ৰখন নিৰ্মাণ কৰিছে: এই ভ্ৰমণকালত তেওঁ লিপিবদ্ধ কৰিব গ্ৰাম্য জীৱন বা কোনো অনুষ্ঠানৰ ছবি আৰু সেই আলোকচিত্ৰৰ স্কেটছ্৷ এয়া হ’ল পাৰিৰ ধাৰাবাহিকৰ নৱমখন চিত্ৰ

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sanket Jain

সংকেত জৈন মহাৰাষ্ট্ৰৰ ক’লহাপুৰৰ এগৰাকী সাংবাদিক। তেওঁ ২০২২ৰ এগৰাকী জ্যেষ্ঠ ফেল’ আৰু ২০১৯ৰ পাৰি ফেল’।

Editor

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Editor

Sharmila Joshi

শৰ্মিলা জোশী পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰাক্তন কাৰ্য্যবাহী সম্পাদক। তেওঁ লিখা-মেলা কৰে আৰু মাজে-সময়ে শিক্ষকতাও কৰে।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এগৰাকী পেছাদাৰী অনুবাদক৷ তেওঁ এক স্থানীয় ভাষা ৰূপান্তৰ প্ৰযুক্তি কোম্পানীৰ সৈতে জড়িত৷