know-where-the-pads-are-buried-as

South Andaman, Andaman

May 28, 2025

পেডবোৰ ক’ত পুতি থোৱা যায়

আন্দামান আৰু নিকোবৰ কেন্দ্ৰীয়শাসিত দ্বীপপুঞ্জত মাহেকীয়া ঋতুচক্ৰৰ সময়ত মহিলাই ব্যৱহাৰ কৰা পেড নিষ্পত্তি কৰাৰ সুৰক্ষিত সমাধান পাবলৈ টান, সৰু এটা দ্বীপ য’ত ঠাই তেনেই কম আৰু আন্তঃগাঁথনিমূলক দিশৰ পৰাও ঠাইখন উন্নত নহয়। মাহেকীয়া ঋতুচক্ৰৰ স্বাস্থ্যবিধি দিৱস উপলক্ষে এয়া এক প্ৰতিবেদন

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sweta Daga

শ্বেতা দাগা বাংগালুৰুৰ এগৰাকী লেখক আৰু ফটোগ্ৰাফাৰ, লগতে ২০১৫ৰ PARI জলপানি প্ৰাপক। তেওঁ জলবায়ু পৰিৱৰ্তন, লিংগ আৰু সামাজিক সমতাৰ দৰে বিষয়সমূহক লৈ লেখা-মেলা কৰি আহিছে।

Editor

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ড্যা পাৰিৰ সৃজনীমূলক শাখাক নেতৃত্ব দিয়া এগৰাকী জ্যেষ্ঠ সম্পাদক। তেওঁ পাৰিভাষা গোটৰ এগৰাকী সদস্য আৰু গুজৰাটী ভাষাত অনুবাদ আৰু সম্পাদনা কৰে। গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰা এগৰাকী কবি।

Photo Editor

Binaifer Bharucha

বিনাইফেৰ ভাৰুচা মুম্বাইৰ এগৰাকী মুক্ত ফটোগ্ৰাফাৰ আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ ফটো সম্পাদক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।