keralas-women-farmers-rise-above-the-flood-as

Pathanamthitta, Kerala

Aug 26, 2025

প্ৰলয়ংকাৰী বানৰ পিছতো হাৰ নমনা কেৰেলাৰ মহিলা কৃষকগোষ্ঠী

মন কৰিলেই চন। তাকেই কৰি দেখুৱাইছে কুডুম্বশ্ৰীৰ অগ্ৰণী কৃষিজীৱি মহিলাসকলে। বানপানী বা তাৰ পিছত হ’বলগীয়া খৰাঙৰ দুঃচিন্তাত কোনোমতে তেওঁলোক ভাঙি পৰা নাই। সমুহীয়া প্ৰচেষ্টাই তেওঁলোকৰ হাতৰ ধন, বান-বিপৰ্যস্ত খেতি পথাৰসমূহ পুনৰ্জীৱিত কৰি তুলিবলৈ তাকেই সৰোগত কৰি তেওঁলোক আগবাঢ়িছে

Translator

Deity

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Translator

Deity

গুৱাহাটীৰ ডেইটী এগৰাকী অনুবাদক আৰু লিখক। তেওঁ মুক্ত বিহংগৰ দৰে আকাশত উৰি ফুৰিব বিচাৰে।