kali-dances-thappattam-as

Kanchipuram, Tamil Nadu

Jul 20, 2014

কালি নৃত্য – টপ্পাট্টম

কালি বীৰপদ্ৰণ চাওক - বোধহয় একমাত্ৰ পুৰুষ নৃত্যশিল্পী যিয়ে তিনিবিধ প্ৰাচীন তামিল লোকনৃত্যৰ লগতে ধ্ৰুপদী নৃত্য ভাৰতনাট্যম আয়ত্ত কৰিছে – এক আকৰ্ষণীয় ৰূপত এই নৃত্য পৰিৱেশন কৰা হৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Aparna Karthikeyan

অপৰ্ণা কাৰ্তিকায়েন এগৰাকী সাংবাদিক, লিখক তথা পাৰিৰ জ্যেষ্ঠ ফেল’। তেওঁৰ ‘নাইন ৰুপীজ এন আৱাৰ’ কিতাপখনে তামিলনাডুৰ হেৰাই যাব ধৰা জীৱিকাৰ ছবি দাঙি ধৰিছে। তেওঁ পাঁচখনকৈ শিশুগ্ৰন্থ লিখি উলিয়াইছে। অপৰ্ণা তেওঁৰ পৰিয়াল আৰু কুকুৰবোৰৰ সৈতে চেন্নাইত থাকে।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এগৰাকী পেছাদাৰী অনুবাদক৷ তেওঁ এক স্থানীয় ভাষা ৰূপান্তৰ প্ৰযুক্তি কোম্পানীৰ সৈতে জড়িত৷