in-shahbad-drown-a-forest-grow-a-dam-as

Baran, Rajasthan

Oct 08, 2025

চাহবাদত এখন অৰণ্য গুচি হ’ব এটা বান্ধ

চাহবাদৰ ঘন অৰণ্যত নিৰ্মাণ হ’বলগীয়া প্ৰস্তাৱিত পাম্পড্ ষ্ট’ৰেজ জলবিদ্যুৎ প্ৰকল্প এটাই ৪০০ হেক্টৰ ভূমি জলমগ্ন কৰিব। অৰণ্যৰ ওপৰত জীৱিকাৰ বাবে নিৰ্ভৰ কৰা অঞ্চলটোৰ হাজাৰ হাজাৰ চহৰীয়া আৰু দলিত সম্প্ৰদায়ৰ অধিবাসীয়ে জীৱিকা হেৰুৱাব

Photo Editor

Binaifer Bharucha

Video Editor

Urja

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Priti David

প্ৰীতি ডেভিদ পাৰিৰ কাৰ্যবাহী সম্পাদক৷ তেওঁ অৰণ্য, আদিবাসী আৰু জীৱিকাৰ ওপৰত লিখে৷ প্ৰীতিয়ে পাৰিৰ শিক্ষা বিভাগৰ নেতৃত্ব দিয়ে আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ সৈতে কাম কৰি গ্ৰাম্য বিষয়সমূহ শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস কৰে।

Editor

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Photo Editor

Binaifer Bharucha

বিনাইফেৰ ভাৰুচা মুম্বাইৰ এগৰাকী মুক্ত ফটোগ্ৰাফাৰ আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ ফটো সম্পাদক।

Video Editor

Urja

ঊৰ্জা পিপলচ্ আৰ্কাইভ অৱ ইণ্ডিয়াৰ জ্যেষ্ঠ সহকাৰী ভিডিঅ' সম্পাদক। তথ্যচিত্ৰ নিৰ্মাতা হিচাপে তেওঁ শিল্পকলা, জীৱিকা আৰু পৰিৱেশ সংক্ৰান্ত বিষয়ত আগ্ৰহী। ঊৰ্জাই পাৰিৰ ছচিয়েল মিডিয়া টিমটোৰ লগতো কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।