in-palghar-flattened-paddy-horizontal-hopes-as

Palghar, Maharashtra

Oct 09, 2025

পালঘৰত উভালি পৰা ধান, অস্তমিত আশা

মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ গেটছ্ বুদ্ৰুক আৰু আন গাঁৱৰ খেতিয়কসকলে অক্টোবৰৰ মূষলধাৰ বৰষুণে তচনচ কৰি পেলোৱা খেতি পথাৰখনলৈ চাই হতাশাত ভাগি পৰিছে, নষ্ট হোৱা ফচলৰ সৈতে ঋণৰ বোজাও বাঢ়ি গৈ আছে, সাহায্য লাভৰো কোনো আশা নাই

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jyoti

জ্যোতি পিপলচ্ আৰ্কাইভ অব ৰুৰেল ইণ্ডিয়াৰ জ্যেষ্ঠ প্ৰতিবেদক। ইয়াৰ আগতে তেঁও 'মি মাৰাঠী' আৰু 'মহাৰাষ্ট্ৰ১' আদি নিউজ চেনেলত কাম কৰিছে।

Editor

Sharmila Joshi

শৰ্মিলা জোশী পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰাক্তন কাৰ্য্যবাহী সম্পাদক। তেওঁ লিখা-মেলা কৰে আৰু মাজে-সময়ে শিক্ষকতাও কৰে।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এগৰাকী পেছাদাৰী অনুবাদক৷ তেওঁ এক স্থানীয় ভাষা ৰূপান্তৰ প্ৰযুক্তি কোম্পানীৰ সৈতে জড়িত৷