in-matho-bringing-thangkas-back-to-life-as

Leh, Ladakh, Jammu and Kashmir

Nov 21, 2023

মাথোৰ মহিলাসকলৰ শ্ৰমেৰে সংৰক্ষিত থাংকা চিত্ৰকলা

সময়ৰ সোঁতত জীৰ্ণ হৈ পৰা লেহৰ শতিকা পুৰণি তিব্বতীয় বৌদ্ধ চিত্ৰসমূহৰ সংৰক্ষণত নিয়োজিত হৈ আহিছে লাডাখৰ মহিলাসকল

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Avidha Raha

আভিধা ৰাহা লিংগ, ইতিহাস আৰু বহনক্ষম পৰিস্থিতিতন্ত্ৰৰ প্ৰতি আগ্ৰহী এগৰাকী ফটো সাংবাদিক।

Editor

Vishaka George

বেংগালুৰুৰ বিশাখা জৰ্জ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ জ্যেষ্ঠ সম্পাদক। তেওঁ জীৱিকা আৰু পৰিৱেশ সংক্ৰান্ত বিষয়ত প্ৰতিবেদন যুগুতায়। তেওঁ পাৰিৰ ছ’চিয়েল মিডিয়াৰ কাম চায় আৰু এডুকেচন টিমটোৰ সৈতে কাম কৰি পাৰিৰ প্ৰতিবেদনবোৰৰ যোগেদি ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ চৌপাশৰ সমস্যাৰাজী নথিবদ্ধ কৰিবলৈ শিকায়।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এজন পেছাদাৰী অনুবাদক ৷ তেওঁ অৱসৰ সময়ত চিনেমা চাবলৈ আৰু কিতাপ পঢ়িবলৈ ভাল পায় ৷