in-jalna-muslims-dont-count-as

Jalna, Maharashtra

Jan 09, 2024

জালনাঃ ‘মুছলমানক য’ত মানুহ বুলিয়েই গণ্য কৰা নহয়!’

মহাৰাষ্ট্ৰৰ গ্ৰামাঞ্চলত একাধিক সমস্যাৰ সন্মুখীন হৈ আহিছে সংখ্যালঘু মুছলমানসকলে। সংখ্যাগৰিষ্ঠ ধৰ্মৰ কোনো দুষ্কৃতিকাৰীয়ে তেওঁলোকৰ ওপৰত আক্ৰমণ চলালেও সেই আক্ৰমণকাৰীৰ বিৰুদ্ধে গোচৰ ৰজু কৰিবলৈ সন্মত নহয় আৰক্ষী। ভুক্তভোগী এইসকল লোকৰ ভাষাৰে ক’বলৈ হ’লে আচলতে আৰক্ষী-প্ৰশাসনৰ ওচৰত তেওঁলোকৰ জীৱনৰ কোনো মূল্যই নাইকিয়া হৈ পৰিছে। কিয়নো যি আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে সামান্য অভিযোগ উঠিলেই কঠোৰ হৈ পৰা সেই আৰক্ষীয়ে তেওঁলোকৰ ওপৰত কোনোৱে প্ৰাণৰ সংশয় আহি পৰা আক্ৰমণ চলালেও মৌন হৈ ৰয়

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Editor

Priti David

প্ৰীতি ডেভিদ পাৰিৰ কাৰ্য্যবাহী সম্পাদক। তেওঁ অৰণ্য, আদিবাসী আৰু জীৱিকা সম্পৰ্কে লিখে। প্ৰীতিয়ে পাৰিৰ শিক্ষা শাখাৰো নেতৃত্ব দিয়ে আৰু গ্ৰামীণ সমস্যাবোৰ শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমৰ আওতালৈ আনিবলৈ তেওঁ বিদ্যালয় আৰু মহাবদ্যালয়সমূহৰ স’তে কাম কৰে।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।