in-indore-printing-on-thin-margins-as

Indore, Madhya Pradesh

Jun 21, 2025

সুক্ষ্ম পৰিসৰত আৱদ্ধ ইন্দোৰৰ হস্তশিল্পীসকলৰ জীৱন

আব্দুল হালিম এজন তৃতীয় প্ৰজন্মৰ হেণ্ড ব্লক প্ৰিণ্টাৰ৷ দেশৰ অন্য হস্তশিল্পীসকলৰ দৰে আব্দুলেও সময়ৰ লগে লগে সন্মুখীন হৈছে বিভিন্ন প্ৰত্যাহ্বানৰ

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Student Reporter

Arunima Mandwariya

অৰুণিমা মাণ্ডৱ্যৰিয়া সোনিপথৰ অশোকা বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ স্নাতক বিভাগৰ ছাত্ৰী৷ তেওঁ ভাৰতীয় বস্ত্ৰ, পৰম্পৰাগত বয়ন আৰু মূদ্ৰণ প্ৰযুক্তিত আগ্ৰহী৷ তেওঁ কাৰিকৰসকলৰ জীৱন অনুধাৱন, নথিভুক্তকৰণ আৰু তেওঁলোকৰ কলা, পৰিশ্ৰম তথা জীৱনৰ অভিজ্ঞতা সম্পৰ্কে লিখিবলৈ ইচ্ছুক৷

Editor

Siddhita Sonavane

সিদ্ধিতা সোণাৱানে পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সমল সম্পাদক। তেওঁ মুম্বাইৰ এছ.এন.ডি.টি. ৱিমেনচ্ ইউনিভাৰ্চিটিৰ পৰা ২০২২ত স্নাতক ডিগ্ৰী লাভ কৰিছে আৰু সেইখন বিশ্ববিদ্যালয়ৰে ভিজিটিং ফেকাল্টি।

Editor

Swadesha Sharma

স্বদেশা শৰ্মা পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সমল সম্পাদক আৰু গৱেষক। তেওঁ পাৰি লাইব্ৰেৰীৰ বাবে সমল গোটোৱাৰ হেতু স্বেচ্ছাসেৱকৰ সৈতে কাম কৰে।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এগৰাকী পেছাদাৰী অনুবাদক৷ তেওঁ এক স্থানীয় ভাষা ৰূপান্তৰ প্ৰযুক্তি কোম্পানীৰ সৈতে জড়িত৷