in-chinchpur-dhage-the-river-took-it-all-as

Dharashiv (formerly Osmanabad), Maharashtra

Oct 14, 2025

চিঞ্চপুৰ ধাগেত নৈখনে সকলো নিলে

সঘন বানপানী আৰু জলসংকটৰ বাবে জনাজাত মাৰাঠৱাড়া অঞ্চলটোক এইবছৰ অতিবৃষ্টি আৰু অভিলেখ হাৰত হোৱা বৰষুণে বিপৰ্য্যস্ত কৰিছে। শস্য আৰু পশুধন, ঘৰ-বাৰী, জীৱিকা সকলো এই বৃষ্টিপাত আৰু বানত গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Medha Kale

তুলজাপুৰৰ মেধা কালেয়ে মহিলা আৰু স্বাস্থ্য বিষয়ক ক্ষেত্ৰত কাম কৰে। তেওঁ এগৰাকী অভিজ্ঞ অনুবাদক আৰু মাজে-সময়ে শিক্ষকতাও কৰে।

Author

Sampat Kale

ড. সম্পত কালেয়ে খৰাং, পানীৰ সমতাপূৰ্ণতা, সামাজিক ন্যায় আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্রখনত কাম কৰি আহিছে। তেওঁ টাটা ইনষ্টিটিউট অৱ চ’ছিয়েল চায়েন্স, তুলজাপুৰৰ সমাজত্ত্ব, গ্ৰামীণ বিকাশ আৰু প্ৰাকৃতিক সম্পদ পৰিচালন বিষয় পঢ়ায়।

Editor

Namita Waikar

নমিতা ৱায়কাৰ এগৰাকী লিখক, অনুবাদক আৰু পাৰিৰ ব্যৱস্থাপনা সম্পাদক। তেওঁ এটা ৰসায়ন বিজ্ঞান ডাটাবেছৰ অংশীদাৰ আৰু এগৰাকী জৈৱৰসায়নবিদ তথা চফটৱেৰ প্ৰকল্প প্ৰৱন্ধক হিচাপেও কাম কৰিছে।

Photo Editor

Binaifer Bharucha

বিনাইফেৰ ভাৰুচা মুম্বাইৰ এগৰাকী মুক্ত ফটোগ্ৰাফাৰ আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ ফটো সম্পাদক।

Translator

Wahidur Rahman

অসমৰ ভাৰত-ভূটান সীমান্তত স্থানীয় সংবাদদাতা হিচাপে অভিজ্ঞতাসম্পন্ন ওৱাহেদৰ ৰহমান বৰ্তমান গুৱাহাটীস্থিত এগৰাকী সাংবাদিক আৰু newsnextone.com-ৰ বাৰ্তা সম্পাদক।