in-amritsar-district-a-flood-of-challenges-as

Amritsar, Punjab

Sep 27, 2025

অমৃতসৰত বান আৰু প্ৰত্যাহ্বানৰ জোৱাৰ

সমগ্ৰ অমৃতসৰ জিলাৰ জনসাধাৰণৰ বাসগৃহ আৰু খেতিপথাৰসমূহ বানৰ পানীত ডুব গৈ আছে৷ কৃষি শ্ৰমিকসকলে তেওঁলোকৰ জীৱিকাৰ ভৱিষ্যত সম্পৰ্কে উদ্বিগ্ন হৈ পৰিছে৷ সমগ্ৰ খেতিপথাৰ এতিয়া বোকা-পানীৰে ভৰি ভৰি পৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Arshdeep Arshi

চণ্ডীগড় নিবাসী স্বতন্ত্ৰ সাংবাদিক আৰু অনুবাদক অৰ্ছদীপ অৰ্ছি নিউজ 18 পাঞ্জাৱ আৰু হিন্দুস্তান টাইমছৰ সৈতে জড়িত আছিল। পাটিয়ালাৰ পাঞ্জাৱী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ ইংৰাজী সাহিত্যত এম ফিল ডিগ্ৰী লাভ কৰিছে।

Editor

Priti David

প্ৰীতি ডেভিদ পাৰিৰ কাৰ্যবাহী সম্পাদক৷ তেওঁ অৰণ্য, আদিবাসী আৰু জীৱিকাৰ ওপৰত লিখে৷ প্ৰীতিয়ে পাৰিৰ শিক্ষা বিভাগৰ নেতৃত্ব দিয়ে আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ সৈতে কাম কৰি গ্ৰাম্য বিষয়সমূহ শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস কৰে।

Photo Editor

Binaifer Bharucha

বিনাইফেৰ ভাৰুচা মুম্বাইৰ এগৰাকী মুক্ত ফটোগ্ৰাফাৰ আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ ফটো সম্পাদক।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এগৰাকী পেছাদাৰী অনুবাদক৷ তেওঁ এক স্থানীয় ভাষা ৰূপান্তৰ প্ৰযুক্তি কোম্পানীৰ সৈতে জড়িত৷