i-knew-i-was-going-to-jail-that-day-as

Sonbhadra, Uttar Pradesh

Jun 14, 2025

‘সিদিনা জেইল হ’ব বুলি জানিছিলো…’

আদিবাসীসকলে বনাঞ্চলত তেওঁলোকৰ পৰম্পৰাগত অধিকাৰ আৰু ভূমিৰ হঁকে যুঁজিবলৈ ল’লেই তেওঁলোকক দমন কৰিবলৈ চৰকাৰ উঠি-পৰি লাগে, জেইলত ভৰাই থৈও হাৰাশাস্তি কৰিবলৈ চেষ্টা কৰে। তাতে আকৌ মহিলাসকলৰ ক্ষেত্ৰত সংগ্ৰাম বহুতৰপীয়া হৈ পৰে – উত্তৰ প্ৰদেশ সোণভদ্ৰ জিলাৰ ৰাজকুমাৰী আৰু চুকালোৱে তেনে পৰিস্থিতিৰ মাজেৰেই পাৰ হ’বলগীয়া হৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sweta Daga

শ্বেতা দাগা বাংগালুৰুৰ এগৰাকী লেখক আৰু ফটোগ্ৰাফাৰ, লগতে ২০১৫ৰ PARI জলপানি প্ৰাপক। তেওঁ জলবায়ু পৰিৱৰ্তন, লিংগ আৰু সামাজিক সমতাৰ দৰে বিষয়সমূহক লৈ লেখা-মেলা কৰি আহিছে।

Editor

Sharmila Joshi

শৰ্মিলা জোশী পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰাক্তন কাৰ্য্যবাহী সম্পাদক। তেওঁ লিখা-মেলা কৰে আৰু মাজে-সময়ে শিক্ষকতাও কৰে।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।