i-am-unable-to-sell-chhaj-in-this-heat-as

Fazilka, Punjab

Sep 04, 2025

‘এই গৰমত মই চ্চজ বিক্ৰী কৰিব পৰা নাই’

হস্তনিৰ্মিত পাচি-খৰাহীৰ চাহিদা কমি অহা সত্বেও কৃষ্ণা ৰাণীয়ে আইতাকৰ দিনৰে পৰা তেওঁলোকৰ পৰিয়ালত চলি অহা চ্চজ (কুলা আকৃতিৰ এবিধ বাঁহৰ সামগ্ৰী) বনোৱা কাম এৰি দিয়া নাই। কিন্তু পাঞ্জাৱৰ ফাজিলকা জিলাত উষ্ণপ্ৰৱাহ (দীৰ্ঘদিন ধৰি লেথাৰি নিচিগাগৈ চলি থকা অস্বাভাৱিক গৰম বতৰ)ৰ ফলত তেওঁৰ কামত গুৰুতৰ বিঘিনি ঘটিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sanskriti Talwar

সংস্কৃতি তলৱাৰ নতুন দিল্লীৰ এগৰাকী মুক্ত সাংবাদিক আৰু ২০২৩ৰ পাৰি এম.এম.এফ. ফেল’।

Editor

Sangeeta Menon

সংগীতা মেনন মুম্বাইৰ এগৰাকী লেখিকা, সম্পাদিকা আৰু কমিউনিকেশ্যন কনছালটেণ্ট।

Photo Editor

Binaifer Bharucha

বিনাইফেৰ ভাৰুচা মুম্বাইৰ এগৰাকী মুক্ত ফটোগ্ৰাফাৰ আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ ফটো সম্পাদক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।