health-as-someone-elses-wealth-as

Wardha, Maharashtra

Aug 27, 2025

কাৰোবাৰ বাবে ৰোগ মানে বিপদ, কাৰোবাৰ ধন ঘটাৰ সুযোগ

দেশৰ অন্য প্ৰান্তৰ লাখ লাখ লোকৰ দৰে বিদৰ্ভবাসীয়েও হস্পিতাল যোৱা বাদ দিছে, দিয়াৰ কাৰণ তেওঁলোকৰ হাতত যে ধনেই নাই চিকিৎসাৰ বাবে৷ তাৰ মাজতে নিৰূপায় কিছু কৃষক গৈছে, কিন্তু মাটি বন্ধকত থ’বলগীয়া হৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এগৰাকী পেছাদাৰী অনুবাদক৷ তেওঁ এক স্থানীয় ভাষা ৰূপান্তৰ প্ৰযুক্তি কোম্পানীৰ সৈতে জড়িত৷