gondi-language-is-our-religion-and-caste-as

Chhindwara, Madhya Pradesh

May 14, 2025

‘গণ্ডি ভাষা আমাৰ ধৰ্ম আৰু জাতি’

মধ্য প্ৰদেশ লোনাডেৰ গণ্ডসকলৰ বাবে তেওঁলোকৰ মাতৃভাষাটো কেৱল ভাব বিনিময়ৰ মাধ্যমেই নহয়, এয়া তেওঁলোকৰ পৰিচয়ো৷ সেই পৰিচয়ৰ ভেটি আজি থৰক-বৰক হ’বলৈ ধৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Pallavi Chaturvedi

পল্লৱ চতুৰ্বেদী এগৰাকী হিন্দী আৰু ইংৰাজী ভাষাৰ ফ্ৰীলাঞ্চ অনুবাদক তথা লেখক৷ অভিজ্ঞ শিক্ষক আৰু প্ৰশিক্ষক পল্লৱীয়ে এবছৰৰ পূৰ্বে শিশু আৰু যুৱচামৰ সাহিত্য সৃষ্টিৰ যাত্ৰাত নামি পৰিছিল৷

Editor

Sangeeta Menon

সংগীতা মেনন মুম্বাইৰ এগৰাকী লেখিকা, সম্পাদিকা আৰু কমিউনিকেশ্যন কনছালটেণ্ট।

Photographs

Ritu Sharma

ঋতু শৰ্মা পাৰিৰ বিপন্ন ভাষা শিতানৰ জ্যেষ্ঠ সহকাৰী সম্পাদক। ভাষাতত্ত্বৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী ঋতুয়ে ভাৰতৰ কথিত ভাষাসমূহ সংৰক্ষণ আৰু পুনৰোদ্ধাৰৰ কাম কৰাত আগ্ৰহী।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এজন পেছাদাৰী অনুবাদক ৷ তেওঁ অৱসৰ সময়ত চিনেমা চাবলৈ আৰু কিতাপ পঢ়িবলৈ ভাল পায় ৷