festivals-and-the-folks-who-fashion-them-as

Jun 16, 2025

উৎসৱবোৰক সজাই-পৰাই তোলাসকল

লোককথাৰ পৰা আৰম্ভ কৰি প্ৰকৃতি আৰু ইশ্বৰতত্ত্ব, সলনি হৈ অহা ঋতু, ভাল ফচল চপোৱাৰ যি আনন্দ – এই সকলো সামৰি লয় ভাৰতৰ উৎসৱসমূহে। সকলোকে এক কৰা এই উৎসৱে আচৰিত ধৰণে ধৰ্মৰ ভিত্তিত থকা বিভাজন দূৰ কৰিব পাৰে, লিংগভেদ আৰু জাত-পাতৰ সীমা ভেদ কৰি আনন্দৰ ঢল বোৱাব পাৰে। প্ৰাত্যহিক একঘেয়ামী জীৱন আৰু শাৰীৰিক শ্ৰমৰ পৰা উৎসৱে ক্ষণিক বিৰতি আৰু আনন্দ প্ৰদান কৰে। বিভিন্ন সম্প্ৰদায়ৰ কাৰিকৰে এনে উৎসৱত ভাগ লয়, কাম কৰে – ভোজ, সংগীত, নৃত্য আৰু উপাসনা সম্ভাৱ কৰি তোলে। বিভিন্ন উৎসৱ-পাৰ্বন নথিবদ্ধ কৰা পাৰিৰ প্ৰতিবেদন এলানি ইয়াত আগবঢ়োৱা হৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

PARI Contributors

Translation

PARI Translations, Assamese