elections-2019-village-votes-as

Jul 23, 2025

নিৰ্বাচন ২০১৯: গাঁৱৰ ভোটবোৰ

ভাৰতৰ গ্ৰামাঞ্চলৰ ভোট কালৈ যাব, সেয়া কিহে নিৰ্ধাৰণ কৰে? দেশখনৰ গাঁৱৰ ভোটদাতাই গণ্য কৰা সমস্যাসমূহত পৰে কৃষি সংকট, ঋণ ৰেহাই, স্বাস্থ্যসেৱা, ৰাস্তা-ঘাট, স্কুল-কলেজ, নিয়োগ, ভাল মজুৰি আৰু মৰ্য্যাদাপূৰ্ণ জীৱন। পাৰিয়ে অন্ধ্ৰপ্ৰদেশ, গুজৰাট, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তামিলনাডু আৰু উত্তৰাখণ্ডৰ গাঁৱে গাঁৱে তেনেকুৱাই সমস্যা কিছুমান গঞাই তুলি ধৰা দেখিছে আৰু প্ৰতিবেদন যুগুতাইছে। কিছুমান ঠাইত কিছুমান ধাৰণাক লৈ মানুহৰ গোট গঠন হৈছে, আন কিছুমানত আকৌ মানুহক মাটি আৰু পানীৰ পৰা বঞ্চিত কৰা উদ্যোগ বা প্ৰকল্প আদিক লৈ বা দীৰ্ঘদিনীয়া দাবী কিছুমানক লৈ মানুহ ক্ষোভিত হৈ আছে। পাৰিয়ে যুগুতোৱা তেনে প্ৰতিবেদনক লৈ এই সংকলন

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

PARI Contributors

Translator

PARI Translations, Assamese