dr-b-r-ambedkar-mp-as

Mumbai, Maharashtra

May 31, 2025

ড. বাবাচাহেব আম্বেদকাৰ...এগৰাকী কৰ্ণধাৰক সুঁৱৰি

বাবাচাহেব আম্বেদকাৰ আছিল এগৰাকী বিদ্যাৱান, সমাজ সংস্কাৰক আৰু সমতাৰ হকে ওকলতি কৰা, দলিত তথা মহিলাৰ অধিকাৰৰ হকে যুঁজ দিয়া সংগ্ৰামী ব্যক্তি। তেওঁ আছিল ভাৰতীয় ইতিহাসৰ আটাইতকৈ মহান সাংবাদিকৰ মাজৰ তাৰকা। সমাজত চলি থকা উচ-নীচৰ যি শ্ৰেণীবিভাজন, তাক নিৰন্তৰ প্ৰশ্ন কৰাৰ বাবে জনোৱা আহ্বান আৰু অবিৰতভাৱে ন্যায়ৰ সাধনাত ব্ৰতী হোৱাৰ আম্বেদকাৰৰ যি সংকল্প, সেয়া আজিৰ তাৰিখত অতিশয় প্ৰয়োজনীয় হৈ পৰিছে। ড. আম্বেদকাৰ আৰু তেওঁৰ যি দীঘলীয়া যি সংগ্ৰাম, তাক অব্যাহত ৰাখি দহোজনক অনু্প্ৰেৰণা যোগাবলৈ পাৰিয়ে যিখিনি প্ৰতিবেদন যুগুতাইছে, তাকে লৈ এই মাষ্টাৰপে’জ

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

PARI Contributors

Translation

PARI Translations, Assamese