community-health-workers-of-rural-india-as

Jul 15, 2025

গ্ৰামীণ ভাৰতৰ সামূহিক স্বাস্থ্যকৰ্মীসকল

সকলোৰে বাবে স্বাস্থ্যসেৱাক সুবিধাজনক কৰি তোলাৰ বাবে ইটো-সিটো নানানটা কামৰ মাজেৰে নিজৰ কৰ্তব্য ৰূপায়ণ কৰি অহা আশা আৰু ধাইসকলকে ধৰি সামূহিক স্বাস্থ্যকৰ্মীসকল যদিওবা স্বাস্থ্যসেৱাৰ যুঁজখনৰ সমুখ শাৰীৰ সেনা, যাৰ প্ৰায়ভাগেই মহিলা, তেওঁলোকৰ নিজৰ ক্ষেত্ৰত কিন্তু সুৰক্ষাৰ ব্যৱস্থা তেনেই তথৈবচ। তাতে আকৌ অতিশয় কঠিন পৰিস্থিতিত আৰু নানা প্ৰত্যাহ্বানৰ মাজেৰে তেওঁলোকে কাম কৰি যাবলগীয়া হয়। স্বাস্থ্যসেৱা খণ্ডত সংকটে দেখা দিলে তেওঁলোককে সদায় আগ কৰি দিয়া হয় যদিও তেওঁলোকৰ মজুৰি তেনেই নগণ্য। তাৰ মাজতো তেওঁলোকে নিজৰ দায়িত্ব প্ৰশংসনীয় ৰূপত অদম্য উৎসাহেৰে কৰি গৈছে – তেওঁলোকক লৈ পাৰিৰ এই প্ৰতিবেদনলানি

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

PARI Contributors

Translation

PARI Translations, Assamese