bihu-songs-they-flow-like-rivers-in-our-bloodstreams-as

Jorhat, Assam

Jul 15, 2025

বিহু নাম: ‘আমাৰ সিৰাই সিৰাই বৈ থকা এখন নদী’

অসমৰ যোৰহাট জিলাৰ ধাননি পথাৰত কাম কৰি থকা সময়ত পাঁচগৰাকী মহিলাই দুটামান বিহু নাম জুৰিছে। এই গীতবোৰে অঞ্চলটোৰ কৃষিজীৱনৰ বিভিন্ন পৰিক্ৰমা সঞ্চয় কৰি ৰাখিছে। এইটো পৰৱৰ্তী সময়ত আহিবলগীয়া এলানি বিহুনামৰ মাজৰ এটা অন্যতম প্ৰাৰম্ভিক নিবেদন

Translator

Rituraj Goswami

Author and Video Editor

Himanshu Chutia Saikia

Paintings

Subrat Baruah

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author and Video Editor

Himanshu Chutia Saikia

সম্প্ৰতি মুম্বাইত থকা হিমাংশু চুতীয়া শইকীয়া অসমৰ এগৰাকী স্বতন্ত্ৰ তথ্যচিত্ৰ নিৰ্মাতা, চলচ্চিত্ৰ সম্পাদক তথা সংগীতশিল্পী। তেওঁ ২০২১ৰ এগৰাকী পাৰি ফেল’।

Paintings

Subrat Baruah

চিত্ৰশিল্পী সুব্ৰত শইকীয়াৰ ঘৰ অসমৰ যোৰহাটত। তেওঁৰ চিত্ৰশিল্পীত এক্ৰিলিক আৰু তৈলচিত্ৰৰ মাধ্যমেৰে বাস্তৱবাদী ছবি আঁকে।

Text Editor

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ড্যা পাৰিৰ সৃজনীমূলক শাখাক নেতৃত্ব দিয়া এগৰাকী জ্যেষ্ঠ সম্পাদক। তেওঁ পাৰিভাষা গোটৰ এগৰাকী সদস্য আৰু গুজৰাটী ভাষাত অনুবাদ আৰু সম্পাদনা কৰে। গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰা এগৰাকী কবি।

Translator

Rituraj Goswami

ঋতুৰাজ গোস্বামী এগৰাকী অপেছাদাৰী অনুবাদক।