big-decisions-are-made-over-hookah-as

Sonipat, Haryana

Jun 24, 2025

‘হোকা টনা মেলতে লোৱা হয় ডাঙৰ ডাঙৰ সিদ্ধান্ত’

প’ৰিৰ পৰা কুলফিলৈ, টংকিৰ পৰা থুট্টিলৈ - হাৰিয়ানাৰ সোণিপট জিলাৰ এই কাৰিকৰসকলে দশকৰ পিছত দশক ধৰি হোকাৰ প্ৰতিটো অংশ বনোৱা কাম কৰি আহিছে, হোকাটোৰ এটা অংশও এনেকুৱা নাই যে তেওঁলোকে নবনায়। সাংস্কৃতিক দিশৰ পৰা হোকাৰ স্থান-মানৰ কথা খুব কম মানুহেহে জানে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sanskriti Talwar

সংস্কৃতি তলৱাৰ নতুন দিল্লীৰ এগৰাকী মুক্ত সাংবাদিক আৰু ২০২৩ৰ পাৰি এম.এম.এফ. ফেল’।

Editor

Swadesha Sharma

স্বদেশা শৰ্মা পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সমল সম্পাদক আৰু গৱেষক। তেওঁ পাৰি লাইব্ৰেৰীৰ বাবে সমল গোটোৱাৰ হেতু স্বেচ্ছাসেৱকৰ সৈতে কাম কৰে।

Editor

Priti David

প্ৰীতি ডেভিদ পাৰিৰ কাৰ্যবাহী সম্পাদক৷ তেওঁ অৰণ্য, আদিবাসী আৰু জীৱিকাৰ ওপৰত লিখে৷ প্ৰীতিয়ে পাৰিৰ শিক্ষা বিভাগৰ নেতৃত্ব দিয়ে আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ সৈতে কাম কৰি গ্ৰাম্য বিষয়সমূহ শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস কৰে।

Photo Editor

Binaifer Bharucha

বিনাইফেৰ ভাৰুচা মুম্বাইৰ এগৰাকী মুক্ত ফটোগ্ৰাফাৰ আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ ফটো সম্পাদক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।