bhopa-rabari-girls-and-their-marriageable-ears-as

Jamnagar, Gujarat

Oct 10, 2025

ভোপা ৰাবৰি ছোৱালীৰ সেই বিশেষ কাণফুলি

গুজৰাটৰ জামনগৰ জিলাৰ সৌৰাষ্ট্ৰৰ ৰাবৰি সম্প্ৰদায়ৰ কন্যাসকলে ১৮ বছৰ বয়সত বিবাহযোগ্য হোৱাৰ পূৰ্বে তেওঁলোকৰ বাবে বিশেষভাৱে নিৰ্মিত কাণফুলি পৰিধান কৰে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jigna Rabari

জিগনা ৰাবাৰি হৈছে দ্বাৰকা আৰু জামনগৰ জিলা আৰু ইয়াৰ আশে-পাশে কাম কৰা সহজীৱনৰ সৈতে জড়িত এগৰাকী কমিউনিটী ম’বিলাইজাৰ। তেওঁ কয় যে, ক্ষেত্ৰত কাম কৰা আৰু লিখা-মেলা কৰা তেওঁলোকৰ সম্প্ৰদায়ৰ অতি কম সংখ্যক শিক্ষিত মহিলাৰ ভিতৰত তেঁৱো এগৰাকী।

Editor

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ড্যা পাৰিৰ সৃজনীমূলক শাখাক নেতৃত্ব দিয়া এগৰাকী জ্যেষ্ঠ সম্পাদক। তেওঁ পাৰিভাষা গোটৰ এগৰাকী সদস্য আৰু গুজৰাটী ভাষাত অনুবাদ আৰু সম্পাদনা কৰে। গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰা এগৰাকী কবি।

Photo Editor

Binaifer Bharucha

বিনাইফেৰ ভাৰুচা মুম্বাইৰ এগৰাকী মুক্ত ফটোগ্ৰাফাৰ আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ ফটো সম্পাদক।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এগৰাকী পেছাদাৰী অনুবাদক৷ তেওঁ এক স্থানীয় ভাষা ৰূপান্তৰ প্ৰযুক্তি কোম্পানীৰ সৈতে জড়িত৷