ashas-labouring-through-the-lockdown-as

Osmanabad, Maharashtra

Jun 30, 2025

লকডাউনতো নিৰন্তৰ কৰ্মৰত আশাকৰ্মীসকল

মহাৰাষ্ট্ৰৰ ওচমানাবাদ জিলাত আশাকৰ্মীসকলে ক’ভিড সংক্ৰমণৰ ওপৰত নজৰ দিবলৈ অতিৰিক্ত সময়ৰ বাবে কাম কৰিবলগীয়া হৈছে, কিন্তু স্বাস্থ্যসেৱাৰ সন্মুখশাৰীৰ কৰ্মী হোৱাৰ যি দায়িত্ব - তাৰ উপৰি অতিৰিক্ত দায়িত্ব লোৱা এইসকল কৰ্মীৰ সুৰক্ষাৰ ব্যৱস্থা শোচনীয়, দৰমহাও সময়ত নহয়

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Ira Deulgaonkar

ইৰুলা দেউলগাওঁকাৰে গ্ৰেট বৃটেইনৰ চাচেক্সৰ ইনষ্টিটিউট অৱ ডেভলপমেণ্ট ষ্টাডিজত পিএইচডি কৰি আছে। তেওঁৰ গৱেষণাৰ কেন্দ্ৰত থকা বিষয় হৈছে গ্ল’বেল চাউথৰ অন্তৰ্গত দেশসমূহৰ বিপন্ন আৰু উপান্ত শ্ৰেণীৰ ওপৰত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ। তেওঁ ২০২০ত পাৰিৰ শিক্ষানবিচ আছিল।

Translator

Wahidur Rahman

অসমৰ ভাৰত-ভূটান সীমান্তত স্থানীয় সংবাদদাতা হিচাপে অভিজ্ঞতাসম্পন্ন ওৱাহেদৰ ৰহমান বৰ্তমান গুৱাহাটীস্থিত এগৰাকী সাংবাদিক আৰু newsnextone.com-ৰ বাৰ্তা সম্পাদক।