an-adivasi-writes-off-the-village-as

Dahod, Gujarat

Sep 14, 2023

বিভ্ৰান্ত এখন চহৰত এজন আদিবাসীৰ মনৰ কথা

বিভ্ৰান্ত চহৰৰ উপান্ত নাগৰিক হৈ বাধ্যত পৰি শ্বাসৰুদ্ধ এক পৰিৱেশত জীয়াই থকা যাওক, নে সকলো এৰি আকৌ সেই গাওঁখনলৈ উভতি আহিলেই জীৱনটো মৰ্য্যাদা আৰু শান্তিৰে জীয়াব পৰা যাব - পেটৰ তাড়না আৰু মনৰ তাগিদাৰ মাজত দোদ্যুল্যমান বৰ্তমান এটাক পঞ্চমহলি ভিলি ভাষাত কবিয়ে প্ৰকাশ কৰিছে

Illustration

Labani Jangi

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Vajesinh Pargi

কবি বজেসিংহ পাৰগি পঞ্চমহলি ভিলি আৰু গুজৰাটী ভাষাত লিখা-মেলা কৰা এগৰাকী কবি। “জাকাল না মোতি” আৰু “আগিয়ানুন আজাৱালুন” নামে দুখনকৈ কবিতাপুথি প্ৰকাশ পাইছে। তেওঁ এটা দশকৰো অধিক কাল নৱজীৱন প্ৰেছত আৰ্হি-পাঠক হিচাপে কাম কৰিছে।

Illustration

Labani Jangi

লাবনি জংগি পশ্চিমবংগৰ নাডিয়া জিলাৰ এগৰাকী স্বশিক্ষিত চিত্ৰশিল্পী। তেওঁ ২০২০ত আৰম্ভ হোৱা টি.এম. কৃষ্ণা-পাৰি পুৰস্কাৰৰ প্ৰথমগৰাকী বিজেতা। পিএইচডি ছাত্ৰী লাবনিয়ে চেণ্টাৰ ফৰ ষ্টাডিজ ইন চ’চিয়েল চায়েন্সেজ, কলকাতাত শ্ৰমিক প্ৰবজন বিষয়ৰ ওপৰত কাম কৰি আছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।