agnipath-in-bihar-i-can-t-retire-at-age-26-as

Bhojpur, Bihar

Feb 23, 2025

বিহাৰত অগ্নিপথ: ‘২৬ বছৰ বয়সত মই অৱসৰ ল’ব নোৱাৰো’

ভাৰতীয়া সেনাবাহিনীত জোৱান হিচাপে জীৱনটোৰ বাবে যোগদানৰ হেঁপাহ কৰি থকা বিহাৰৰ বহু যুৱকে এতিয়া অগ্নিপথ আঁচনিৰ ফলত ঠিকাভিত্তিক জোৱান হিচাপে ভৰ্তি হ’বলৈ বাধ্য হৈ পৰিছে - চাৰিবছৰীয়া এই নিযুক্তিৰ অন্ত মানে প্ৰাক্তন হৈ পৰা জোৱানসকল পুনৰাই নিবনুৱা হৈ পৰিব

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Umesh Kumar Ray

উমেশ কুমাৰ ৰায় তক্ষশীলা-পাৰি জ্যেষ্ঠ ফেল’শ্বিপৰ কাৰ্য্যসূচীৰ প্ৰথমগৰাকী ফেল’ (২০২৫)। বিহাৰৰ এগৰাকী মুক্ত সাংবাদিক উমেশে উপান্ত শ্ৰেণীক লৈ প্ৰতিবেদন যুগুতায়। তেওঁ ২০২২ৰ পাৰি ফেল’ আছিল।

Editor

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।