a-kupp-a-buffalo-and-kabaddi-as

Sangrur, Punjab

Nov 18, 2025

এটা কুপ, এটা ম’হ আৰু কাবাদী খেল

পাঞ্জাৱত গুৰমেইলৰ দৰে দলিত সম্প্ৰদায়ৰ লোকে ঘেঁহুৰ নৰাৰ পৰা গৰু-ম’হৰ বাবে কুপ (একধৰণৰ পূঁজি) বনোৱা কাম কৰে, কিন্তু সেই সাধাৰণ যেন লগা পূঁজিটোৱেই ৰাজ্যখনৰ পৰিৱৰ্তিত কৃষি আৰু পশুপালনৰ বিষয়ে বহুকথাই কৈছে, তাকে লৈ এই প্ৰতিবেদন

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sanskriti Talwar

সংস্কৃতি তলৱাৰ নতুন দিল্লীৰ এগৰাকী মুক্ত সাংবাদিক আৰু ২০২৩ৰ পাৰি এম.এম.এফ. ফেল’।

Editor

Priti David

প্ৰীতি ডেভিদ পাৰিৰ কাৰ্যবাহী সম্পাদক৷ তেওঁ অৰণ্য, আদিবাসী আৰু জীৱিকাৰ ওপৰত লিখে৷ প্ৰীতিয়ে পাৰিৰ শিক্ষা বিভাগৰ নেতৃত্ব দিয়ে আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ সৈতে কাম কৰি গ্ৰাম্য বিষয়সমূহ শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস কৰে।

Editor

Nikita Singh

নিকিতা সিং দিল্লীৰ এগৰাকী স্বতন্ত্ৰ সাংবাদিক।

Photo Editor

Binaifer Bharucha

বিনাইফেৰ ভাৰুচা মুম্বাইৰ এগৰাকী মুক্ত ফটোগ্ৰাফাৰ আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ ফটো সম্পাদক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।