a-gathering-of-gods-as

Narayanpur, Chhattisgarh

Jul 31, 2025

দেৱতাৰ মেলা

ছট্টিশগড়ৰ বস্তৰৰ নাৰায়ণপুৰত বছৰি অনুষ্ঠিত হোৱা মাৱলি মেলাত জনজাতীয় দেৱতা আৰু তেওঁলোকৰ ভক্তসকল একত্ৰিত হয় আৰু ভক্তিৰ আনন্দত লীন হৈ পৰে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Purusottam Thakur

পুৰুষোত্তম ঠাকুৰ ২০১৫ৰ এগৰাকী পাৰি ফেলো। তেওঁ এগৰাকী সাংবাদিক আৰু তথ্যচিত্ৰ নিৰ্মাতা। বৰ্তমান তেওঁ আজীম প্ৰেমজী ফাউণ্ডেছনত কৰ্মৰত আৰু সামাজিক পৰিৱৰ্তনৰ হেতু লিখা-মেলা কৰে।

Editor

Priti David

প্ৰীতি ডেভিদ পাৰিৰ কাৰ্যবাহী সম্পাদক৷ তেওঁ অৰণ্য, আদিবাসী আৰু জীৱিকাৰ ওপৰত লিখে৷ প্ৰীতিয়ে পাৰিৰ শিক্ষা বিভাগৰ নেতৃত্ব দিয়ে আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ সৈতে কাম কৰি গ্ৰাম্য বিষয়সমূহ শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস কৰে।

Photo Editor

Binaifer Bharucha

বিনাইফেৰ ভাৰুচা মুম্বাইৰ এগৰাকী মুক্ত ফটোগ্ৰাফাৰ আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ ফটো সম্পাদক।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এগৰাকী পেছাদাৰী অনুবাদক৷ তেওঁ এক স্থানীয় ভাষা ৰূপান্তৰ প্ৰযুক্তি কোম্পানীৰ সৈতে জড়িত৷