স্পিতিত-চৰণীয়া-পথাৰৰ-সন্ধানত

Lahaul and Spiti, Himachal Pradesh

Nov 03, 2022

স্পিতিত চৰণীয়া পথাৰৰ সন্ধানত

১৪,৫০০ ফুটত সলনি হৈছে জলবায়ু আৰু লাংজাৰ গৰখীয়াসকলৰ মতে এতিয়া তাত তেওঁলোকৰ পশুধনৰ বাবে পৰ্যাপ্ত ঘাঁহ নাই

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sanskriti Talwar

সংস্কৃতি তলৱাৰ নতুন দিল্লীৰ এগৰাকী মুক্ত সাংবাদিক আৰু ২০২৩ৰ পাৰি এম.এম.এফ. ফেল’।

Photographs

Naveen Macro

নবীন মেক্ৰো দিল্লীৰ এগৰাকী মুক্ত ফটো-সাংবাদিক আৰু তথ্যচিত্ৰ নিৰ্মাতা তথা ২০২৩ৰ পাৰি এম.এম.এফ. ফেল’।

Text Editor

Vishaka George

বিশাখা জৰ্জে পাৰিৰ এগৰাকী জ্যেষ্ঠ সম্পাদক হিচাপে কাম কৰিছিল; তেওঁ জীৱিকা তথা পৰিৱেশ সংক্ৰান্ত সমস্যাক লৈ প্ৰতিবেদন যুগুতাইছে। বিশাখাই ২০১৭ৰ পৰা ২০২৫লৈ পাৰিৰ ছ’চিয়েল মিডিয়াৰ কাম-কাজ চলাইছিল আৰু পাৰিৰ প্ৰতিবেদনসমূহ শ্ৰেণীকোঠালৈ নি শিক্ষাৰ্থীক তেওঁলোকৰ আশে-পাশে থকা সমস্যাসমূহ নথিবদ্ধকৰণৰ বাবে পাৰি এডুকেচন গোটটোৰ লগতো কাম কৰিছিল।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এগৰাকী পেছাদাৰী অনুবাদক৷ তেওঁ এক স্থানীয় ভাষা ৰূপান্তৰ প্ৰযুক্তি কোম্পানীৰ সৈতে জড়িত৷