মৌমাখি-খেদি-বংগৰ-পৰা-ছট্টিশগড়লৈ

Dhamtari, Chhattisgarh

Nov 18, 2019

মৌমাখি খেদি বংগৰ পৰা ছট্টিশগড়লৈ

সুন্দৰবনৰ মৌ-পালকসকলক অট্টালিকা আদিৰ পৰা মৌৰ বাহ এৰুৱাবলৈ বিভিন্ন অঞ্চলৰ পৰা অনুৰোধ আহে। মৌৰ বাহ আঁতৰোৱাৰ বিনিময়ত তেওঁলোকক মজুৰি হিচাপে মৌখিনি দিয়া হয়, সেয়া তেওঁলোকে বিক্ৰী কৰি টকা পায়। ধমতাৰি জিলাৰ এই দলটোৱে সেই কামেই কৰি আহিছে

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।

Author

Purusottam Thakur

পুৰুষোত্তম ঠাকুৰ ২০১৫ৰ এগৰাকী পাৰি ফেলো। তেওঁ এগৰাকী সাংবাদিক আৰু তথ্যচিত্ৰ নিৰ্মাতা। বৰ্তমান তেওঁ আজীম প্ৰেমজী ফাউণ্ডেছনত কৰ্মৰত আৰু সামাজিক পৰিৱৰ্তনৰ হেতু লিখা-মেলা কৰে।