মল্লযুঁজঃ-ধৰ্মনিৰপেক্ষতা-আৰু-সমন্বয়ৰ-আখৰাথলী

Jalna, Maharashtra

Jan 30, 2020

মল্লযুঁজঃ ধৰ্মনিৰপেক্ষতা আৰু সমন্বয়ৰ আখৰাথলী

গ্ৰামীণ মহাৰাষ্ট্ৰৰ গাওঁবোৰ পাকিস্তান আৰু ইৰাণৰ মল্লযুঁজাৰুৰ অনুৰাগীৰে ভৰি আছে

Translator

Pankaj Das

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।