বিপ্লৱৰ-অগনি-জ্বলাই-আত্মাৰাম-চালভে-যায়

Pune, Maharashtra

Jun 12, 2022

বিপ্লৱৰ অগনি জ্বলাই আত্মাৰাম চালভে যায়

মাৰাঠৱাড়াত ১৯৭০-৮০ৰ দশকৰ নামান্তৰ আন্দোলনক দুৰন্ত গতি দিয়া জুই বৰষা কবি শ্বাহিৰ আত্মাৰাম চালভেৰ জন্মৰ শতবাৰ্ষিকীত তেওঁলৈ এয়া শ্ৰদ্ধাৰ্ঘ্য। আজিও দলিত অধিকাৰৰ সংগ্ৰামত তেওঁৰ কবিতা অতিকৈ প্ৰাসংগিক

Translator

Pankaj Das

Illustrations

Labani Jangi

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Keshav Waghmare

কেশৱ ৱাঘমাৰে মহাৰাষ্ট্ৰৰ পুনেৰ এগৰাকী লেখক আৰু গৱেষক। তেওঁ দলিত আদিবাসী অধিকাৰ আন্দোলন (ডিএএএ) ৰ প্ৰতিষ্ঠাপক। এই সংগঠন ২০১২ চনত প্ৰতিষ্ঠা হৈছিল আৰু তেওঁলোকে মাৰাঠৱাড়াৰ জনসাধাৰণক বহু বছৰ ধৰি নথিভূক্ত কৰি আহিছে।

Illustrations

Labani Jangi

লাবনি জংগি পশ্চিমবংগৰ নাডিয়া জিলাৰ এগৰাকী স্বশিক্ষিত চিত্ৰশিল্পী। তেওঁ ২০২০ত আৰম্ভ হোৱা টি.এম. কৃষ্ণা-পাৰি পুৰস্কাৰৰ প্ৰথমগৰাকী বিজেতা। পিএইচডি ছাত্ৰী লাবনিয়ে চেণ্টাৰ ফৰ ষ্টাডিজ ইন চ’চিয়েল চায়েন্সেজ, কলকাতাত শ্ৰমিক প্ৰবজন বিষয়ৰ ওপৰত কাম কৰি আছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।