ন্যায়-ইমানতে-শেষ-বিলকিছ্-বানো

Gandhinagar, Gujarat

Aug 27, 2022

ন্যায় ইমানতে শেষ বিলকিছ্ বানো

গুজৰাট হিংসাৰ সময়ত ধৰ্ষণৰ বলি হোৱা এগৰাকী অকলশৰীয়া মহিলাৰ ন্যায়ৰ যুঁজ আৰু সেই ১১ দোষীক ৰেহাই নীতিৰ অধীনত মুকলি কৰি দিয়াক লৈ এই কবিতা

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Poem

Hemang Ashwinkumar

হেমাংগ অশ্বিনীকুমাৰ এগৰাকী কবি, কথাশিল্পী, অনুবাদক, সম্পাদক আৰু সমালোচক। তেওঁ ইংৰাজী আৰু গুজৰাটী ভাষাত লিখে। তেওঁৰ অনুবাদ কৰা গ্ৰন্ধসমূহ: পয়েটিক ৰিফ্ৰেক্সনচ্ (২০১২), থাৰ্ষ্টি ফিছ এন আদাৰ্ছ (২০১৩), আৰু গুজৰাটী উপন্যাস ভালচাৰ্ছ (২০২২)। তেওঁ অৰুণ কোলাটকাৰৰ কালা ঘোৰা পয়েমচ (২০২০), সৰ্প সত্ৰ (২০২১) আৰু জেজুৰি (২০২১) গুজৰাটী ভাষালৈ অনুবাদ কৰিছে।

Illustration

Labani Jangi

লাবনি জংগি পশ্চিমবংগৰ নাডিয়া জিলাৰ এগৰাকী স্বশিক্ষিত চিত্ৰশিল্পী। তেওঁ ২০২০ত আৰম্ভ হোৱা টি.এম. কৃষ্ণা-পাৰি পুৰস্কাৰৰ প্ৰথমগৰাকী বিজেতা। পিএইচডি ছাত্ৰী লাবনিয়ে চেণ্টাৰ ফৰ ষ্টাডিজ ইন চ’চিয়েল চায়েন্সেজ, কলকাতাত শ্ৰমিক প্ৰবজন বিষয়ৰ ওপৰত কাম কৰি আছে।

Editor

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ড্যা পাৰিৰ সৃজনীমূলক শাখাক নেতৃত্ব দিয়া এগৰাকী জ্যেষ্ঠ সম্পাদক। তেওঁ পাৰিভাষা গোটৰ এগৰাকী সদস্য আৰু গুজৰাটী ভাষাত অনুবাদ আৰু সম্পাদনা কৰে। গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰা এগৰাকী কবি।

Translator

Mayuri Sharma Baruah

কৰ্মসূত্ৰে তিনিচুকীয়া মহাবিদ্যালয়ত অধ্যাপনা কৰা ময়ূৰী শৰ্মা বৰুৱাৰ বাবে অনুবাদ এক শক্তিশালী মাধ্যম। মাতৃভাষা অসমীয়াৰ উপৰি বাংলা, হিন্দী আৰু ইংৰাজী ভাষাত দখল থকাৰ সুবাদত তেওঁ ইতিমধ্যে বহু কবিতা, গল্প তথা প্ৰৱন্ধ অসমীয়া, বাংলা আৰু ইংৰাজীলৈ অনুবাদ কৰিছে। তেওঁ নাৰী অধ্যয়ন, লিংগ অধ্যয়ন, মানৱ অধিকাৰ, শিশু সাহিত্যৰ দৰে বিষয়ত চৰ্চা কৰাত অধিক আগ্ৰহী।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।