নিলগিৰি-পাহাৰৰ-পৱিত্ৰ-চাকত-মহিলাৰ-হাত

The Nilgiris district, Tamil Nadu

Nov 18, 2019

নিলগিৰি পাহাৰৰ পৱিত্ৰ চাকত মহিলাৰ হাত

তামিলনাডুৰ নিলগিৰিৰ ক’টা জনজাতিৰ কেৱল মহিলাইহে মৃৎ শিল্পত নিয়োজিত হ’ব পাৰে। মাটিৰ এই শিল্পৰ ঘাই শিপাডাল দৃঢ় ধৰ্মীয় বিশ্বাসৰ ভেটিত থিয় দি থকা বাবে সি দীৰ্ঘজীৱি হ’ব পাৰিছে। সেয়ে শিল্পবিধৰ বাণিজ্যিকৰণ নাইবা মৃৎ শিল্পজাত পাৰম্পৰিক সামগ্ৰীৰ ৰদ-বদলক লৈ বাদানুবাদ চলিছে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Priti David

প্ৰীতি ডেভিদ পাৰিৰ কাৰ্য্যবাহী সম্পাদক। তেওঁ অৰণ্য, আদিবাসী আৰু জীৱিকা সম্পৰ্কে লিখে। প্ৰীতিয়ে পাৰিৰ শিক্ষা শাখাৰো নেতৃত্ব দিয়ে আৰু গ্ৰামীণ সমস্যাবোৰ শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমৰ আওতালৈ আনিবলৈ তেওঁ বিদ্যালয় আৰু মহাবদ্যালয়সমূহৰ স’তে কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।