তৰমুজ-খেতিয়কৰ-সপোনবোৰ-ভাগিল

Nalgonda, Telangana

Apr 30, 2020

তৰমুজ খেতিয়কৰ সপোনবোৰ ভাগিল

ক’ভিড-19 সংকট আৰম্ভ হোৱাৰ আগতেও তেলেংগানাৰ তৰমুজ খেতিৰ ক্ষয়-ক্ষতিৰ আশংকা আছিল, তৰমুজবোৰ সদায় বিনিয়োগৰ তুলনাত কম মূল্যত বিক্ৰী কৰিবলগীয়া হয় আৰু এতিয়া তলাবন্ধৰ বাবে খেতিয়ক, শ্ৰমিক আৰু ব্যৱসায়ীসকল এক নিৰুপায় অৱস্থাত উপনীত হৈছে

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Harinath Rao Nagulavancha

হৰিনাথ ৰাও নাগুলাভাঞ্চা নেমু টেঙাৰ খেতিয়ক আৰু টেলেংগানাৰ নালগোণ্ডা অঞ্চলৰ মুক্ত সাংবাদিক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।