তিনি-চুবুৰীয়া-আৰু-এখন-আজৱ-কিতাপৰ-আখ্যান

South 24 Parganas, West Bengal

May 28, 2023

তিনি চুবুৰীয়া আৰু এখন আজৱ কিতাপৰ আখ্যান

ভাৰতীয় সংবিধানক কেন্দ্ৰ কৰি ৯টা বিশেষ হাইকু। মূল্যবোধৰ অবক্ষয়ৰ এই সময়ত সংবিধানৰ পৰা জনগণে কি পাইছে আৰু কি নাপালে এয়া তাৰেই এক বিহংগম অৱলোকন

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Joshua Bodhinetra

জশুৱা বোধিনেত্ৰ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়া চমুকৈ পাৰিৰ ভাৰতীয়া ভাষা কাৰ্য্যসূচী পাৰিভাষাৰ সমল ব্যৱস্থাপক। কলকাতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা তুলনামূলক সাহিত্যৰ এমফিল ডিগ্ৰীধাৰী জশুৱা এগৰাকী বহুভাষিক কবি, অনুবাদক, কলা সমালোচক আৰু সমাজকৰ্মী।

Illustration

Labani Jangi

লাবনি জংগি পশ্চিমবংগৰ নাডিয়া জিলাৰ এগৰাকী স্বশিক্ষিত চিত্ৰশিল্পী। তেওঁ ২০২০ত আৰম্ভ হোৱা টি.এম. কৃষ্ণা-পাৰি পুৰস্কাৰৰ প্ৰথমগৰাকী বিজেতা। পিএইচডি ছাত্ৰী লাবনিয়ে চেণ্টাৰ ফৰ ষ্টাডিজ ইন চ’চিয়েল চায়েন্সেজ, কলকাতাত শ্ৰমিক প্ৰবজন বিষয়ৰ ওপৰত কাম কৰি আছে।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।