জীৱন-নাটৰ-পট-সলাবলৈ-মঞ্জুৰ-যুঁজ

Ambala, Haryana

Jul 29, 2016

জীৱন নাটৰ পট সলাবলৈ মঞ্জুৰ যুঁজ

জন্মৰ সময়ত জীৱন্তে প্ৰায় কৱৰস্থ হোৱাৰেই উপক্ৰম হৈছিল তেঁও, এতিয়া তেঁৱেই হাৰিয়ানাৰ লিংগ অনুপাতৰ অসমতাৰ বিষয়ে সৰৱ হৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Svati Chakravarty

স্বাতী চক্ৰৱৰ্তী এগৰাকী মুক্ত লেখক, গৱেষক আৰু পৰিচালক। ১৯৮৬ চনৰ পৰা সামাজিক সংযোগ স্থাপনৰ কামত ব্যস্ত চক্ৰবৰ্তীয়ে সামাজিক ন্যায় সম্পৰ্কীয় বিষয়ত আলোকপাত কৰি আহিছে।

Translator

Nibha Rani Roy

নিভা ৰাণী ৰায় গুৱাহাটীৰ এগৰাকী মুক্ত সাংবাদিক আৰু অসমীয়া অনুবাদক। ছপা আৰু বৈদ্যুতিন দুয়োটা মাধ্যমতে ৰায়ে ৰিপ’ৰ্টাৰ আৰু উপ-সম্পাদক হিচাপে এটা দশকৰো অধিক কাল কাম কৰিছে। তেওঁ মহিলা আৰু শিশু, পৰিৱেশ আৰু বন্যপ্ৰাণী, সাহিত্য আৰু সংস্কৃতি বিষয়ত প্ৰতিবেদন লিখে।