ছাৰখাৰ-জ্ঞানৰ-ভঁৰাল

Nalanda, Bihar

May 12, 2023

ছাৰখাৰ জ্ঞানৰ ভঁৰাল

বিহাৰচৰিফত ১১৩ বছৰ পুৰণি মাদ্ৰাছা এখন আৰু ৪,০০০ৰো অধিক কিতাপ সম্বলিত গ্ৰন্থাগাৰ কূটাঘাতকাৰীয়ে জ্বলাই ছাৰখাৰ কৰি পেলালে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Video

Shreya Katyayini

শ্ৰেয়া কাত্য়ায়িনী পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা আৰু জ্যেষ্ঠ ভিডিঅ’ সম্পাদক।

Text

Umesh Kumar Ray

উমেশ যাদৱ এগৰাকী পাৰি ফেল’ (২০২২)। বিহাৰৰ মুক্ত সাংবাদিক উমেশে উপান্ত শ্ৰৌী বিষয়ক ৰিপ’ৰ্টিং কৰে।

Editor

Priti David

প্ৰীতি ডেভিদ পাৰিৰ কাৰ্য্যবাহী সম্পাদক। তেওঁ অৰণ্য, আদিবাসী আৰু জীৱিকা সম্পৰ্কে লিখে। প্ৰীতিয়ে পাৰিৰ শিক্ষা শাখাৰো নেতৃত্ব দিয়ে আৰু গ্ৰামীণ সমস্যাবোৰ শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমৰ আওতালৈ আনিবলৈ তেওঁ বিদ্যালয় আৰু মহাবদ্যালয়সমূহৰ স’তে কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।