গাঁৱে-গাঁৱে-বাবাচাহেবৰ-বাৰ্তা-বিয়পোৱা-দাদু-চালভেৰ-গান

Ahmednagar, Maharashtra

Apr 14, 2023

গাঁৱে গাঁৱে বাবাচাহেবৰ বাৰ্তা বিয়পোৱা দাদু চালভেৰ গান

বাবাচাহেব আম্বেদকাৰৰ জন্মবাৰ্ষিকী উপলক্ষে শ্বাহিৰ দাদু চালভেয়ে আম্বেদকাৰ আন্দোলনত তেওঁৰ সংগীতৰ অৰিহণাৰ বিষয়ে কৈছে। বাবাচাহেবৰ দেহাৱসানৰ বহু দশকৰ পিছত তেওঁৰ দৰে শিল্পীয়ে জাত-পাত বিৰোধী আন্দোলনত সাৰ-পানী যোগাইছিল আৰু মহাৰাষ্ট্ৰৰ অতি ভিতৰুৱা অঞ্চললৈ সেই আন্দোলনৰ ঢৌ বিয়পাইছিল

Illustration

Labani Jangi

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Keshav Waghmare

কেশৱ ৱাঘমাৰে মহাৰাষ্ট্ৰৰ পুনেৰ এগৰাকী লেখক আৰু গৱেষক। তেওঁ দলিত আদিবাসী অধিকাৰ আন্দোলন (ডিএএএ) ৰ প্ৰতিষ্ঠাপক। এই সংগঠন ২০১২ চনত প্ৰতিষ্ঠা হৈছিল আৰু তেওঁলোকে মাৰাঠৱাড়াৰ জনসাধাৰণক বহু বছৰ ধৰি নথিভূক্ত কৰি আহিছে।

Editor

Medha Kale

পুণেৰ মেধা কালেয়ে মহিলা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কাম কৰিছে। তেওঁ পাৰিৰ অনুবাদো কৰে।

Illustration

Labani Jangi

লাবনি জংগি পশ্চিমবংগৰ নাডিয়া জিলাৰ এগৰাকী স্বশিক্ষিত চিত্ৰশিল্পী। তেওঁ ২০২০ত আৰম্ভ হোৱা টি.এম. কৃষ্ণা-পাৰি পুৰস্কাৰৰ প্ৰথমগৰাকী বিজেতা। পিএইচডি ছাত্ৰী লাবনিয়ে চেণ্টাৰ ফৰ ষ্টাডিজ ইন চ’চিয়েল চায়েন্সেজ, কলকাতাত শ্ৰমিক প্ৰবজন বিষয়ৰ ওপৰত কাম কৰি আছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।