অতিমাৰীৰ-সময়ত-জীৱিকা-নিৰ্বাহৰ-সংগ্ৰাম

May 03, 2023

অতিমাৰীৰ সময়ত জীৱিকা নিৰ্বাহৰ সংগ্ৰাম

ক’ভিড-১৯ মহামাৰীৰ সময়ত কেইগৰাকীমান অত্যন্ত সম্পদশালী লোকে অভাৱনীয় হাৰত ধন ঘটাৰ বিপৰীতে কেনেকৈ গোটেই দেশজুৰি শ্ৰমিকৰ জীৱন বিঘ্নিত হৈছিল, তেওঁলোকে কেনেদৰে গভীৰ অনিশ্চয়তাত জীৱন কটাইছিল, সেয়া পাৰি লাইব্ৰেৰী শিতানে তথ্যসমৃদ্ধ ৰূপত তুলি ধৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

PARI Library Team

পাৰি লাইব্ৰেৰী গোটত কাম কৰা দ্বীপাঞ্জলি সিং, স্বদেশা শৰ্মা আৰু সিদ্ধিতা সোৱাৱানে সৰ্বসাধাৰণ আৰ্কাইভৰ বাবে জৰুৰী সংগতিপূৰ্ণ নথি পাৰিৰ নীতি অনুসৰি সংগ্ৰহ কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।

Author

Swadesha Sharma

স্বদেশা শৰ্মা পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সমল সম্পাদক আৰু গৱেষক। তেওঁ পাৰি লাইব্ৰেৰীৰ বাবে সমল গোটোৱাৰ হেতু স্বেচ্ছাসেৱকৰ সৈতে কাম কৰে।

Editor

Priti David

প্ৰীতি ডেভিদ পাৰিৰ কাৰ্যবাহী সম্পাদক৷ তেওঁ অৰণ্য, আদিবাসী আৰু জীৱিকাৰ ওপৰত লিখে৷ প্ৰীতিয়ে পাৰিৰ শিক্ষা বিভাগৰ নেতৃত্ব দিয়ে আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ সৈতে কাম কৰি গ্ৰাম্য বিষয়সমূহ শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস কৰে।