বিধ্বংসী-কীট-আৰু-প্ৰাণঘাটি-কীটনাশক

Yavatmal, Maharashtra

May 10, 2018

বিধ্বংসী কীট আৰু প্ৰাণঘাটি কীটনাশক

কপাহ উৎপাদনকাৰী বিদৰ্ভ আৰু বিশেষকৈ ইয়াৰ য়াভাতমাল অঞ্চলত যোৱা বছৰ কি বিপৰ্যয় হৈছিল? কিয় ১০০০ৰ অধিক খেতিয়ক আৰু শ্ৰমিক চিকিৎসাধীন হ’ব লগা হ’ল? নিজৰ উৎপাদিত কপাহ খেতি কীটৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ মৰসাহ কৰা ভালেমান খেতিয়কে কীটনাশক প্ৰয়োগ কৰাৰ পিচত কিয় মৃত্যুক সাবটি ল’ব লগা হ’ল?

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jaideep Hardikar

জয়দীপ হাৰ্ডিকাৰ হৈছে নাগপুৰৰ একেধাৰে সাংবাদিক আৰু লিখক, লগতে পৰি(PARI)ৰ ঘনিষ্ঠ টিম মেম্বাৰ।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।