তলাবন্ধৰ-ফলত-মুম্বাইৰ-পদপথত-আবদ্ধ-কৰ্কট-ৰোগী

Mumbai, Maharashtra

Apr 21, 2020

তলাবন্ধৰ ফলত মুম্বাইৰ পদপথত আবদ্ধ কৰ্কট ৰোগী

তলাবন্ধৰ বাবে ঘৰলৈ উভতাৰ উপায় নোহোৱা মুম্বাইৰ টাটা মেম’ৰিয়েল হাস্পতালৰ কাষৰ পদপথত থকা কৰ্কট ৰোগীসকলৰ হাতত থকা পইছা শেষ হৈ আহিছে আৰু খাবলৈ মাত্ৰ সামান্য আহাৰ আৰু পানী আছে

Author

Aakanksha

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Aakanksha

আকাংক্ষা পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী প্ৰতিবেদক আৰু আলোকচিত্ৰশিল্পী। পাৰিৰ শিক্ষা গোটটোৰ সৈতে সমল সম্পাদক হিচাপে তেওঁ গ্ৰামাঞ্চলৰ শিক্ষাৰ্থীক চৌপাশৰ বিষয়ে লিখিবলৈ প্ৰশিক্ষণ দিয়ে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।