কেপ্টেইন-ভাউ-আৰু-তুফান-সেনা

Satara, Maharashtra

Sep 30, 2016

কেপ্টেইন ভাউ আৰু তুফান সেনা

১৯৪৩ চনত মহাৰাষ্ট্ৰৰ সাতাৰাত সমান্তৰাল চৰকাৰ প্ৰতিষ্ঠাৰ আন্দোলনেৰে ব্ৰিটিশ ৰাজৰ বিৰোধিতা কৰি অসম সাহসিকতাৰ দৃষ্টান্ত দেখুওৱা ভাৰতৰ স্বাধীনতা যুদ্ধৰ বিস্মৃত নায়ক এগৰাকীৰ কাহিনী পুনৰ দৃশ্যপটলৈ আহিছে, তেঁওৰ ৯৪ বছৰ বয়সত

Translator

Nibha Rani Roy

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Translator

Nibha Rani Roy

নিভা ৰাণী ৰায় গুৱাহাটীৰ এগৰাকী মুক্ত সাংবাদিক আৰু অসমীয়া অনুবাদক। ছপা আৰু বৈদ্যুতিন দুয়োটা মাধ্যমতে ৰায়ে ৰিপ’ৰ্টাৰ আৰু উপ-সম্পাদক হিচাপে এটা দশকৰো অধিক কাল কাম কৰিছে। তেওঁ মহিলা আৰু শিশু, পৰিৱেশ আৰু বন্যপ্ৰাণী, সাহিত্য আৰু সংস্কৃতি বিষয়ত প্ৰতিবেদন লিখে।