
SANGUR, PUNJAB
|THU, JUL 20, 2023
ৰাণৰ সুৰ আৰু গীতবোৰ: কচ্ছী লোকসংগীতৰ ভঁৰাল
পাৰিয়ে কচ্ছ মহিলা বিকাশ সংগঠন চমুকৈ কে.এম.ভি.এছ.ৰ সহযোগত এই মাল্টিমিডিয়া আৰ্কাইভৰ যোগেদি কচ্ছৰ লোগসংগীত সংৰক্ষণৰ প্ৰয়াস কৰিছে। সংগ্ৰহত থকা ৩৪১ টা গীতে প্ৰেম-বিৰহ, বিয়োগ, বিবাহ, ভক্তি, মাতৃভূমি, লিংগ সচেতনতা, সাংবিধানিক অধিকাৰ আদি বিভিন্ন বিষয়ৰ লগতে বৈচিত্ৰৰে ভৰা কচ্ছ অঞ্চলৰ এক নিভাঁজ ছবি পাঠকৰ আগত তুলি ধৰে। ৩০৫ গৰাকী ঘাত-বাদ্যযন্ত্ৰী, গীতিকাৰ আৰু বাদ্যযন্ত্ৰীৰ অনানুষ্ঠানিক সংগ্ৰহৰ যোগেদি কচ্ছৰ বৰ্তমান মৰুভূমিৰ বালিত শুকাই যাবলৈ ধৰা এই মৌখিক গীতৰ এসময়ৰ জিৰজিৰ বোৱতী ধাৰাক পুনৰুজ্জীৱিত কৰি তোলাৰ যত্ন কৰা হৈছে। সময় বালিত হেৰাই যাবলৈ ধৰা এই লোকসংগীতক ধৰি ৰখাটো অতিশয় জৰুৰী।
Author
Translator
6. তোমাৰ কুঁৱাৰ বিহ দিয়া পানী
বিয়াৰ পিছত, হয়তো বিয়াৰ বাবেই আত্মীয়সকল আৰু আপোন হৈ নাথাকে! কচ্ছ অঞ্চলৰ এগৰাকী নৱবিবাহিতাৰ মনৰ দুখেৰ পৰিপূৰ্ণ গীতটি শুনক
5. কচ্চ: আস্থা আৰু সংহতিৰ মিনাৰ
এই সময়ত ৰাজনৈতিক বিভেদকামী শক্তিৰ টনা-আঁজোৰাত ভাৰসাম্য হেৰুৱাব খোজা কচ্চ অঞ্চলৰ সংগীত, স্থপত্য আৰু সংস্কৃতিৰ সমন্বয়ৰ যি ইতিহাস, তাৰেই ঐতিহ্য বহন কৰিছে এই ভক্তিমূলক লোকগীতে, তেনেই ৰূপগন্ধ লৈ মৰুভূমিত বৈ আহিছে এই ভক্তিগীতটি
4. আগচোতাল, এখন ঘৰ আৰু কলিজাৰ আই
বিয়াৰ পিছত কম বয়সীয়া ছোৱালী এজনীয়ে ঘৰ এৰি যোৱাৰ সময়ত মনত হেন্দোলনি তোলা এক জটিল আৱেগ এই কচ্ছী গীতৰ যোগেদি ফুটি উঠিছে
3. মহিলাই গোৱা স্বাধীনতাৰ গান
এই লোকগীতত কচ্ছৰ গাঁৱৰ মহিলাই সম্পত্তিৰ সমান অধিকাৰৰ বাবে মাত মাতিছে
2. কচ্ছৰ সৰোবৰ আৰু এটা প্ৰেমকাহিনী
ভুজৰ এই কচ্ছী গীতটোত প্ৰেম আৰু হাবিয়াসে ঠাই পাইছে। এয়া পাৰিত কচ্ছী লোকগীতৰ শৃংখলৰ দ্বিতীয়টো কবিতা
1. কচ্চৰ মৌ-মিঠা পানী: ৰাণসকলৰ গীত
গুজৰাটৰ উত্তৰ-পশ্চিমাঞ্চলৰ এই গীত কচ্চভূমিৰ বাসিন্দাসকলৰ আৰু সংস্কৃতিৰ জয়গান
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/songs-of-the-rann-archive-of-kutchi-folk-songs-as






