saraikela-chhaus-soul-is-in-its-masks-as

Seraikela-Kharsawan, Jharkhand

Oct 02, 2024

‘চৰাইকেড়া ছাউৰ প্ৰাণ এই মুখাবোৰ’

তৃতীয় প্ৰজন্মৰ শিল্পী দিলীপ পাটনায়ক সেই মুষ্টিমেয় শিল্পীকেইগৰাকীমানৰ মাজৰ এগৰাকী, যিয়ে ছাউ প্ৰদৰ্শনত প্ৰয়োজন হোৱা একাধিক মুখা তৈয়াৰ কৰিব পাৰে। বিভিন্ন আৱেগ প্ৰকাশ কৰা এই মুখা ঝাৰখণ্ডৰ ছাউ নৃত্যৰ অপৰিহাৰ্য্য অংশ

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Ashwini Kumar Shukla

অশ্বিনী কুমাৰ শুক্লা ঝাৰখণ্ডৰ এগৰাকী মুক্ত সাংবাদিক আৰু নতুন দিল্লীৰ ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান (আই.আই.এম.)ৰ ২০১৮-১৯ শিক্ষাবৰ্ষৰ এগৰাকী স্নাতক। তেওঁ পাৰি-এম.এম.এফ.ৰ ২০২৩ৰ ফেল’।

Editor

PARI Desk

পাৰি ডেস্ক আমাৰ সম্পাদকীয় কাম-কাজৰ ধমনীস্বৰূপ। গোটটোৱে দেশৰ বিভিন্ন প্ৰান্তত থকা প্ৰতিবেদক, গৱেষক, আলোকচিত্ৰ শিল্পী, চলচ্চিত্ৰ নিৰ্মাতা আৰু অনুবাদকৰ সৈতে কাম কৰে। পাৰিয়ে প্ৰকাশ কৰা টেক্সট্, ভিডিঅ’, অডিঅ’ আৰু গৱেষণামূলক প্ৰতিবেদন প্ৰকাশ আৰু ব্যৱস্থাপনা কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।